"এডল্ফ হিটলাৰ"
নিষ্ঠুৰ ব্যক্তিৰ নাম মনলৈ আহিল প্ৰথমতে এওঁৰ নামেই আহে । ১৯৩৩ চনত তেওঁ জাৰ্মানীত যেতিয়া শাসন লৈ আহে, তেতিয়া দৃতীয় বিশ্বযুদ্ধৰ সময় । হিটলাৰ শাসন লৈ অহাৰ লগে লগে তাত থকা ইহুদি সকলৰ জীৱন দুৰ্বিহ হয় পৰে ,ইয়াৰ আঁৰত আছিল হিটলাৰ ৰ ইহুদি সকলৰ প্ৰতি থকা ঘৃণা । তেওঁ লোকে তাৰ পৰা পৰা আঁতৰাই পঠোৱাৰ আইন জাৰী কৰিলে ।
ইউৰূপীয়ান জীউছ বা ইহুদি সকলক আঁতৰাই পঠোৱাৰ নামত আৰম্ভ হল তেওঁ লোকৰ ওপৰত অমানৱীয় অত্যাচাৰ । শিশু ৰ পৰা বৃদ্ধ লৈ কোনো সাৰি যোৱা নাছিল । । নাৰী সকলৰ ওপৰত চলিছিল গণ ধৰ্ষণ , গণ ধৰ্ষণ ৰ পিছত নাৰীৰ দেহ ৰ বক্ষ ওপৰত এৰি দিছিল ভোকাতুৰ কুকুৰ ,গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰি পেট কাটি শিশু উলিয়াই ফুটবল ৰ দৰে খেলিছিল , ইমান নিৰ্দয়ী আছিল এই হিটলাৰ বাহিনী । নাৎজী সকলে ছয় মিলিয়ন ইহুদিক হত্যা কৰিছিল ।
"গেছ চেম্বাৰ" এই ইহুদি সকলক হত্যা কৰাৰ বাবেই বনোৱা হৈছিল। কি এই গেছ চেম্বাৰ ...
এটা সৰু ৰুমত হেঁচা থেপা কৈ লোকসকলক ভৰাই দিয়া হৈছিল । তাৰ পিছত তাত কাৰ্বন মন অক্সাইড জাতীয় বিষাক্ত গেছ কিছুমান ভৰাই দিয়া হৈছিল। তাত থকা লোক সকলে উশাহ লব নোৱাৰি খুব কষ্টত মৃত্যুবৰণ কৰিছিল আৰু সেই মৃত্যু য়ে হিটলাৰৰ চকু জুৰ পেলাইছিল।
এজন মানুহৰ মনত থকা ঘৃণাই কিমান মানুহৰ জীৱন নিষ্ঠুৰ ভাবে কাঢ়ি নাছিল । তাৰেই উদাহৰণ এই গেছ চেম্বাৰ ৰ ভয়ংকৰ ইতিহাস ।ইহুদি হত্যাৰ এই ঘটনাক ইতিহাসত হলোকস্ট নামে পৰিচিত।
No comments:
Post a Comment